Lachit SpellChecker Android

Reviews of Lachit SpellChecker

List of user reviews and ratings for Lachit SpellChecker
Receive review notifications
Get notified when new reviews are posted so you can respond quickly.
See reviews on Google Play Store
View and respond to reviews directly on the store page.
Visit
Upgrade to see all 20 reviews

User Reviews

Upgrade to see all 20 reviews
5 star
80% (16)
4 star
0%
3 star
0%
2 star
5% (1)
1 star
15% (3)
DateAuthorRatingComment
2021-04-08
Ku*****
'বৰঙণি' শব্দৰ সমস্যাটো ৱিকিপিডিয়াত ঠিক হ’ল, যদিও ইয়াত এতিয়াও 'বৰঙনি' হৈয়ে আছে৷ শুধৰণি কৰি দিবচোন৷ এই এপটো ব্যৱহাৰ কৰি বৰ ভাল পাইছোঁ৷ ধন্যবাদ৷

2020-08-14
A *****
Very useful to check grammatical mistakes in Assamese Language.

2020-05-29
Mi*****
Need more improvement
Need more improvement
2019-06-11
A *****
সুন্দৰ এপ্, বহুত খিনি সহায়ক হৈছে বানান শুদ্ধ কৰাৰ ক্ষেত্ৰত৷ ধন্যবাদ মৃদুল দা, এনে এটা এপ্ উলিয়াই দিয়া বাবে৷

2019-03-10
A *****
not user friendly
not user friendly
2018-12-09
A *****
এপটো কেনেকৈ চলাই এতিয়াও বুজিই পোৱা নাই।

2018-11-11
A *****
Love to use this app. Hope it's future improvements.

2018-06-04
A *****
Good work
Good work
2018-05-18
A *****
একেবাৰে কাম নকৰে| এনে লাগে App Development ৰ নুন্যতম জ্ঞানো নাই| : ট্ৰলিংৰ কোনো কাৰণ নাই, নিজে এবাৰ ব্যৱহাৰ কৰিলে গম পাবি গাধ|

2018-05-06
A *****
সুন্দৰ এটা কাম, মই উইণ্ডোজ ভাৰ্ছনত ইয়াৰ বাবে 'সুষম' ব্যৱহাৰ কৰিছিলোঁ৷ সুষমৰ এণ্ডৰইডৰ ভাৰ্ছনটো সিমান সুবিধা পোৱা নাই৷ এইটো এপ্লিকেচনত এটা কাম লগতে কৰিব নোৱাৰি নে? ধৰক কিমান কেইটা শব্দৰ শুধৰণি কৰিলে তাৰ এটা আভাষ দিয়াৰ লগতে ই কাম কৰি আছে বুলি কিবা এটা স্ক্ৰলিং বাৰ টাইপ কিবা৷ ই সঠিক ভাৱেই কাম কৰিছে মই বাংলা লিপিত লিখি ট্ৰায়েল দি চালো, অসমীয়াত লিখিলে সেইটো যদিও চকুত নপৰে৷ অভাৰঅল ৫★দিলোঁ ৷

Best Lachit SpellChecker Alternatives

Here are some Android apps that are similar to Lachit SpellChecker: