অসমীয়া কোৰআন - Assamese Quran Android

অসমীয়া কোৰআন - Assamese Quran

কোৰআনৰ অনুবাদ, তাফছীৰ আৰু অডিঅ - Assamese Quran, Translation, Tafsir & Audio

Overview

Features & Capabilities

আল-কোৰআন হৈছে মহান আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ তেওঁৰ পৱিত্ৰ বাণী, যি মানুহক অন্ধকাৰৰ পৰা পোহৰৰ দিশলৈ পথ প্ৰদৰ্শন কৰে। অসমীয়া ভাষী লোকসকলৰ হৃদয়লৈ আল্লাহৰ অন্তিম অৱতীৰ্ণ বাণী সহজভাৱে প্ৰেৰণ কৰিবলৈ এই এপটো আমাৰ এক বিনম্ৰ প্ৰচেষ্টা।

আমাৰ মূল উদ্দেশ্য হৈছে নিজ মাতৃভাষা অসমীয়াত পৱিত্ৰ কোৰআন বুজি পঢ়া, অডিঅ শুনা আৰু নিৰ্ভৰযোগ্য তাফছীৰ অধ্যয়ন কৰাটো সহজ কৰি তোলা।

ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে:
وَمَنْ سَلَكَ طَرِيْقًا يَّلْتَمِسُ فِيْهِ عِلْمًا سَهَّلَ اللّٰهُ لَهُ بِهٖ طَرِيْقًا اِلٰى الْجَنَّةِ
“যিয়ে (দ্বীনি) ইল্ম অৰ্জন কৰিবলৈ কোনো পথ গ্ৰহণ কৰে, মহান আল্লাহে ইয়াৰ ফলত তাৰ বাবে জান্নাতৰ পথ সহজ কৰি দিয়ে।” — 📖 ছহীহ মুছলিম


✨আমাৰ এপৰ মূল সুবিধাসমূহ (Key Features):

📖 সম্পূৰ্ণ 114 টা ছুৰাৰ বিশুদ্ধ অসমীয়া অনুবাদ:
• স্পষ্ট আৰবী ফন্টৰ সৈতে প্ৰতিটো আয়াতৰ সৰল আৰু বিশুদ্ধ অসমীয়া অৰ্থ
• প্ৰতিটো ছুৰাৰ অসমীয়া নামৰ অৰ্থ (যেনে- আল-ফাতিহা = পাতনি বা আৰম্ভণি)
• মক্কী আৰু মাদানী ছুৰাৰ স্পষ্ট শ্ৰেণীবিভাজন আৰু মুঠ আয়াত সংখ্যাৰ উল্লেখ

🎙️ দুটা পৃথক ম'ডত কোৰআন অডিঅ প্লেয়াৰ:
• আৰবী + অসমীয়া অডিঅ: আৰবী তিলাৱতৰ লগে লগে অসমীয়া অৰ্থ শুনাৰ সুবিধা
• কেৱল আৰবী অডিঅ: অবিৰতভাৱে আৰবী তিলাৱত শুনাৰ ব্যৱস্থা
• প্ৰতিটো আয়াতৰ বাবে পৃথক ▶ PLAY বাটন আৰু লাইভ প্লেয়াৰ কন্ট্ৰ’ল (Play, Pause, Next, Stop)

📚 তাফছীৰ আল-মুখতাছাৰ (Tafsir Al-Mukhtasar):
• প্ৰতিটো আয়াতৰ তলত থকা 📖 তাফছীৰ পঢ়ক বাটনত ক্লিক কৰি আয়াতৰ সঠিক প্ৰেক্ষাপট, তাৎপৰ্য আৰু বিশুদ্ধ তাফছীৰ অধ্যয়ন কৰক

⚡ প্ৰতিটো আয়াতৰ বাবে দ্ৰুত সুবিধা (Quick Actions):
• ❐ COPY বাটন ব্যৱহাৰ কৰি আয়াত আৰু অনুবাদ সহজেই কপি কৰি আনলৈ শ্বেয়াৰ কৰক
• 🔖 SAVE বাটনৰ জৰিয়তে প্ৰয়োজনীয় আয়াতসমূহ ছেভ আয়াত টেবত সংৰক্ষণ কৰি ৰাখক

🔍 দ্ৰুত চাৰ্চ ব্যৱস্থা (Instant Search):
• ছুৰাৰ নাম, আয়াত নম্বৰ নাইবা কোনো বিষয় টাইপ কৰি তাৎক্ষণিকভাৱে আয়াত বিচাৰি পাওক।

☀️🌙 লাইট আৰু ডাৰ্ক ম’ড (Day & Night Mode):
• দিনৰ পোহৰৰ লগতে ৰাতি চকুৰ আৰামৰ বাবে ডাৰ্ক ম’ড (Dark Theme) অন কৰাৰ সুবিধা।

🚫 100% বিজ্ঞাপনমুক্ত আৰু নিৰাপদ (100% Ad-Free):
• কোনো বিৰক্তিকৰ বিজ্ঞাপন নাই, কোনো একাউন্ট বা লগইনৰ প্ৰয়োজন নাই

🎓 প্ৰকাশক আৰু পৰ্যালোচনা (Publisher & Authenticity):
এই এপটো Ibne Habib Publication (ইবনে হাবীব পাব্লিকেচন)-ৰ দ্বাৰা প্ৰকাশিত। Ibne Habib Publication হৈছে এটা দাৱাতি, গৱেষণাধৰ্মী আৰু শিক্ষামূলক প্ৰতিষ্ঠান, যিয়ে আহলে ছুন্নত অল-জামাঅত আৰু ছালাফে চলেহীনৰ নীতি অনুসৰি পৱিত্ৰ কোৰআন আৰু ছহীহ ছুন্নাহৰ বিশুদ্ধ জ্ঞান প্ৰচাৰ কৰে

✒️ পৰ্যালোচনা ও সম্পাদনা:
অনুবাদ আৰু তাফছীৰৰ বিশুদ্ধতা নিশ্চিত কৰিবলৈ শ্বেখ ৰফিকুল ইছলাম বিন হাবিবুৰ ৰহমান (হাফিজাহুল্লাহ)-ৰ তত্ত্বাৱধানত ইয়াৰ পুঙ্খানুপুঙ্খ সম্পাদনা সম্পন্ন কৰা হৈছে

English Overview:
Assamese Quran is an ad-free, authentic Quran app developed by Ibne Habib Publication. Featuring complete 114 Surahs with Arabic text, fluent Assamese translation, integrated Tafsir Al-Mukhtasar, dual-mode audio player (Arabic + Assamese recitation), instant Ayah copying, bookmarks, search, and a soothing Dark Mode.

Keywords:
অসমীয়া কোৰআন, অসমীয়া কোৰআন অনুবাদ, কোৰআন তাফছীৰ, তাফছীৰ আল-মুখতাছাৰ, কোৰআন অডিঅ, অসমীয়া ইছলামিক এপ, Assamese Quran App, Axomiya Quran, Assamese Quran Audio, Quran with Assamese Translation, Ibne Habib Publication, Ibne Habib,

🌐 ৱেবচাইট: https://www.ibnehabib.com
📱 এপ পেজ: https://www.ibnehabib.com/assamese-quran-app
📩 যোগাযোগ: https://www.ibnehabib.com/contact

User Growth & Download Statistics

App
By:
Ibne Habib Publication
Downloads:
1,181 76
Version:
4.6 Last updated: 2026-09-17
Version code:
38
Creation date:
2026-08-18
Publisher country:
IN IN
Permissions:
  • android.permission.ACCESS_ADSERVICES_AD_ID Low risk
  • android.permission.ACCESS_ADSERVICES_ATTRIBUTION Low risk
  • android.permission.FOREGROUND_SERVICE Low risk
  • android.permission.FOREGROUND_SERVICE_MEDIA_PLAYBACK Low risk
  • android.permission.INTERNET Low risk
  • android.permission.POST_NOTIFICATIONS Low risk
  • android.permission.WAKE_LOCK Low risk
  • com.google.android.finsky.permission.BIND_GET_INSTALL_REFERRER_SERVICE Low risk
  • android.permission.ACCESS_NETWORK_STATE Safe
  • com.android.vending.CHECK_LICENSE Safe
  • See more
Size:
11.47MB
Email:
ib*****@gmail.com
Website:
Privacy policy:
Full description:
See detailed description
Source:
Google Play Store
Data ingested on:
2026-10-23
Compare stats and ranking:

Contact the developer

Chrome-Stats does not own this Android app. Please use these information below to contact the Android app developer.

Developed by:
Ibne Habib Publication
Google Play Store
https://play.google.com/store/apps/details?id=com.assamese.quran
Email:
ib*****@gmail.com
Website:
https://www.ibnehabib.com/

User Reviews

A great contribution towards the deen and learning of Qur'an

by Ta*****

very very helpful..

by A *****
View all user reviews ›

Best অসমীয়া কোৰআন - Assamese Quran Alternatives

Here are some Android apps that are similar to অসমীয়া কোৰআন - Assamese Quran: